Homeশিৱসাগৰ ৮ এপ্ৰিলত বন্ধ থাকিব শিৱসাগৰ কেন্দ্ৰীয় বজাৰ byAdmin -April 07, 2026 0 আৱাৰ নিউজ এন ই, ৭ এপ্ৰিলঃ অসম বিধানসভাৰ নিৰ্বাচন উপলক্ষে পাৰ্কিং ব্যৱস্থা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ৮ এপ্ৰিলত শিৱসাগৰ কেন্দ্ৰীয় বজাৰ দুপৰীয়া ২ বজা পৰ্যন্ত বন্ধ থাকিব বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে। Tags শিৱসাগৰ Facebook Twitter