নিৰ্মীয়মান অৱস্থাত থকা গেমন দলং লঘূ যান-বাহনৰ বাবে মুকলি



আৱাৰ নিউজ এন ই, ৪ এপ্ৰিলঃ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভটীয়াপাৰত থকা গেমন দলংখন মেৰামতিৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে অহা-যোৱাৰ ক্ষেত্ৰত যি বাধা নিষেধ আৰোপ কৰিছিল, সেয়া আজিৰ পৰা মাত্ৰ লঘু যান বাহন (only light motor vehicles) চলাবৰ বাবে মুকলি কৰি দিয়া হৈছে। গধুৰ যান-বাহনৰ (heavy motor vehicles) চলাচল ৮ এপ্ৰিললৈকে বন্ধ থাকিব।

Post a Comment

Previous Post Next Post