সোণাৰিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা


আৱাৰ নিউজ এন ই, ৪ এপ্ৰিল : '২৬ৰ বিধানসভাৰ নিৰ্বাচনক লৈ ৰাজ্যত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। শাসক-বিৰোধী সকলো দলেই জোৰদাৰ গতিত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। আজি সোণাৰিত উপস্থিত হয়হি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সমষ্টিটোৰ বিজেপি মিত্ৰৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই। প্ৰচাৰ সভাত ড° শৰ্মাই সোণাৰিত প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত বুলি মন্তব্য কৰে।

Post a Comment

Previous Post Next Post